WATCH | Ration Card Benefits : লাখ লাখ ৰেচন কাৰ্ডৰ হিতাধিকাৰীৰ বাবে ভাল খবৰ
নিউজ ডেস্ক,৩১মে’: লাখ লাখ ৰেচন কাৰ্ডৰ হিতাধিকাৰীৰ বাবে ভাল খবৰ
ৰেচন কার্ড থকাসকলে লাভ কৰিব প্রতিমাহে ১,০০০ টকাকৈ
ৰেচন কাৰ্ডৰ হিতাধিকাৰীৰ বাবে চৰকাৰৰ আন এক সুবিধা(Ration Card Benefits)
দৰিদ্ৰ পৰিয়ালক আর্থিকভাৱে সকাহ দিবলৈ এই সিদ্ধান্ত চৰকাৰৰ
বার্ষিক আয় দুই লাখতকৈ কম হ’লে পাব ১,০০০কৈ টকা
হিতাধিকাৰীৰ বেংক একাউন্টত পোনপটীয়াকৈ জমা হ’ব এই ধন
চলিত বৰ্ষৰ ১ জুনৰ পৰাই আৰম্ভ হ’ব এই আঁচনি
এই সুবিধা ল’বলৈ হিতাধিকাৰীয়ে কৰিব লাগিব আবেদন
ৰাজ্যিক খাদ্য আৰু অসামৰিক যোগানৰ ৱেবছাইটত কৰিব পাৰিব আবেদন
আবেদন কৰিবলৈ কি কি নথি-পত্ৰৰ প্রয়োজন হ’ব?
প্রয়োজন হ’ব ৰেচন কার্ড, আধাৰ কার্ড, বেংক পাছবুক আয়ৰ প্ৰমাণপত্র, বাসস্থানৰ প্ৰমাণপত্ৰ আৰু ম’বাইল নম্বৰ
হিতাধিকাৰীৰ বাবে e-KYC বাধ্যতামূলক কৰিছে চৰকাৰে
কেন্দ্ৰীয় চৰকাৰে ৰেচন কাৰ্ডৰ হিতাধিকাৰীৰ বাবে কৰিলে বৃহৎ ঘোষণা।
লগতে পঢ়ক : WATCH | Shrinkhal Chaliha:’ট্ৰেইলাৰ আছিল, আজি সম্পূৰ্ণ চিনেমা হ’ব’