Local, Vocal, Global

WATCH | Ration Card Benefits : লাখ লাখ ৰেচন কাৰ্ডৰ হিতাধিকাৰীৰ বাবে ভাল খবৰ

নিউজ ডেস্ক,৭এপ্ৰিল : লাখ লাখ ৰেচন কাৰ্ডৰ হিতাধিকাৰীৰ বাবে আহি গ’ল ডাঙৰ খবৰ

হাতত মাত্র ৪টা দিন বাকী

১০ এপ্ৰিলৰ পূৰ্বেই সংগ্ৰহ কৰক আপোনাৰ ৰেচনৰ সামগ্ৰী(Ration Card Benefits)

চলি আছে অন্ন সেৱা দিন

ৰেচন কাৰ্ডৰ হিতাধিকাৰীৰ লগতে ৰেচনৰ দোকানীৰ বাবেও বহু নতুন নিয়ম

ৰেচনৰ সামগ্ৰী নাপালেই দিব পাৰিব অভিযোগ

ৰেচনৰ হিতাধিকাৰীৰ বাবে মুকলি হ’ল হেল্পলাইন নম্বৰ

হেল্পলাইন নম্বৰটো হৈছে 1800-345-3611 আনহাতে টোলফ্রী নম্বৰ হৈছে 1967

ৰেচন সংগ্ৰহ কৰিয়েই E-pos মেচিনত দিয়ক ফিংগাৰপ্রিন্ট

ফিংগাৰপ্রিন্ট দিয়েই সংগ্ৰহ কৰক ৰচিদ

অন্ত্যোদয়া অন্ন যোজনাৰ অধীনত লাভ কৰিব ৩৫ কিলো

অগ্ৰাধিকাৰ পৰিয়ালৰ প্ৰতিজন সদস্যই লাভ কৰিব ৫কিঃগ্ৰা চাউল

দিনযোৰাকৈ দোকান খোলা ৰাখিব লাগিব সকলো ৰেচনৰ দোকানীয়ে

লগতে পঢ়ক : WATCH | Akhil Gogoi : পঞ্চায়ত নিৰ্বাচনৰ বাবে সাজু ৰাইজৰ দল