Local, Vocal, Global

WATCH | Ration Card Benefits : ৰাজ্যৰ লাখ লাখ ৰেচন কাৰ্ডৰ হিতাধিকাৰীলৈ ভাল খবৰ দিলে মুখ্যমন্ত্ৰীয়ে

নিউজ ডেস্ক,৩এপ্ৰিল : ৰাজ্যৰ লাখ লাখ ৰেচন কাৰ্ডৰ হিতাধিকাৰীলৈ ভাল খবৰ দিলে মুখ্যমন্ত্ৰীয়ে

ৰঙালী বিহুৰ উপহাৰ দিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই(Ration Card Benefits)

ৰেচন কার্ড থাকিলে এতিয়াৰে পৰা কেৱল চাউলেই নহয়, পাব বহু সামগ্রীও

ৰেচন কাৰ্ডৰ হিতাধিকাৰীয়ে পাব দাইল,চেনি আৰু নিমখ

বজাৰতকৈ ২৫টকা কম দামত পাব চেনি আৰু দাইল

১০টকা কম দামত পাব নিমখ

ৰেচন কার্ড থাকিলে পাব বিনামূলীয়া চিকিৎসা

৫লাখ টকালৈকে পাব বিনামূলীয়া চিকিৎসাৰ সুবিধা

ৰেচন কাৰ্ডৰ হিতাধিকাৰীয়ে পাব ৰাজসাহায্যযুক্ত ৰন্ধন গেছ

ৰেচন কাৰ্ডৰ হিতাধিকাৰীয়ে পাব বিনামূলীয়া জীৱন বীমা

ৰেচন কাৰ্ডৰ হিতাধিকাৰীয়ে পাব অৰুণোদয় আঁচনিও

লগতে পঢ়ক : WATCH | Waqf Bill: ৱাকফৰ জৰিয়তে দেশৰ মুছলমানক দুৰ্বল কৰিব বিচৰা হৈছে’