WATCH | Ration Card Benefits : লাখ লাখ ৰেচন কাৰ্ডৰ হিতাধিকাৰীৰ বাবে ভাল খবৰ
নিউজ ডেস্ক,১০মাৰ্চ : লাখ লাখ ৰেচন কাৰ্ডৰ হিতাধিকাৰীৰ বাবে ভাল খবৰ। সুলভ মূল্যত ৰেচন প্ৰদান কৰিব চৰকাৰে। চাউলৰ উপৰিও কেইবাটাও খাদ্যৰ সামগ্ৰী লাভ কৰিব হিতাধিকাৰীয়ে।
সুলভ মূল্যত চৰকাৰে প্ৰদান কৰিব দাইল, চেনি আৰু নিমখ। ২৫ টকাত দাইল, ২০ টকাত চেনি, ১০ টকাত নিমখ। ১অক্টোবৰৰ পৰা ৰেচন কাৰ্ডত লাভ কৰিব এই ৩বিধ সামগ্ৰী(Ration Card Benefits)।
পৰিয়ালৰ ৫জনতকৈ অধিক সদস্য থাকিলে লাভ কৰিব অতিৰিক্ত দাইল। ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনৰ অধীনত এই ৰাজসাহাৰ্য় চৰকাৰৰ ।ৰাজ্য ৮৪ শতাংশ নগৰীয়া লোকলৈ এই সাহাৰ্য।
লগতে পঢ়ক : WATCH | Illegal Sand Mining : গোৱালপাৰাত ব্ৰহ্মপুত্ৰৰ বালিৰ ৰমৰমীয়া ব্যৱসায়