WATCH | Rare Zahamal rescue: শোণিতপুৰৰ বালিপৰাত দুষ্প্ৰাপ্য প্ৰজাতিৰ জহামাল উদ্ধাৰ
জামুগুৰিহাট,৮মাৰ্চ : শোণিতপুৰৰ বালিপৰাত এটা দুষ্প্ৰাপ্য প্ৰজাতিৰ জহামাল উদ্ধাৰ ৷ বালিপৰাৰ বালিগাঁৱৰ সুৰেন দাস নামৰ ব্যক্তিজনৰ বাসগৃহত উদ্ধাৰ কৰা হৈছে দুষ্প্ৰাপ্য প্ৰজাতিৰ এই সৰু জহামালটো৷
বহুদিন ধৰি গাঁৱখনৰ হাঁহ মুৰ্গী আদি খাই তহিলং কৰি আহিছিল জহামালটোৱে৷ আজি সুৰেন দাস নামৰ লোকজনে এই জহামালটোক কৌশেলেৰে উদ্ধাৰ কৰি আমাৰিবাৰী স্হিত বনবিভাগৰ লোকৰ হাতত গতাই দিবলৈ সক্ষম হয়(Rare Zahamal rescue) ৷
লগতে পঢ়ক : WATCH | Dhubri News : ধুবুৰীৰ আলগা গাঁৱবাসীয়ে দেখুৱালে সম্প্ৰীতিৰ উৎকৃষ্ট নিদৰ্শন