Local, Vocal, Global

Rare speciesof Northern slow loris rescue : চিৰাঙত উদ্ধাৰ দুষ্প্ৰাপ্য প্ৰজাতিৰ লাজুকী বান্দৰ

নিউজ ডেস্ক,২০আগষ্ট : চিৰাঙত উদ্ধাৰ এটি দুষ্প্ৰাপ্য প্ৰজাতিৰ লাজুকী বান্দৰ । চিৰাঙৰ ভাৰত-ভূটান সীমান্তৰ শান্তিপুৰৰ শিমলাবাগান গাঁৱত উদ্ধাৰ হয় দুষ্প্ৰাপ্য প্ৰজাতিৰ লাজুকী বান্দৰটো(Rare speciesof Northern slow loris rescue)।

নৱগঠিত চিকনাঝাৰ জৌহৌলাও ৰাষ্ট্ৰীয় উদ্যানৰ দাঁতিকাষৰীয়া অঞ্চলটোত সোমবাৰে নিশাৰ ভাগত প্ৰথমবাৰৰ বাবে স্থানীয় লোকে এই দুষ্প্ৰাপ্য প্ৰজাতিৰ লাজুকী বান্দৰটোক দেখিবলৈ পায়।

পিছত গাঁৱবাসীয়ে দুষ্প্ৰাপ্য প্ৰজাতিৰ লাজুকী বান্দৰটোক ধৰি শান্তিপুৰস্থিত বনবিভাগৰ লোকক গতাই দিয়ে ।

লগতে পঢ়ক : Drugs peddler arrested along with drugs : তিতাবৰত জব্দ ১ কোটি টকাৰ নিষিদ্ধ ড্ৰাগছ;গ্ৰেপ্তাৰ দুই সৰবৰাহকাৰী