Local, Vocal, Global

WATCH | Ranoj Pegu : ব্যক্তিগত বিদ্যালয়ে পৰীক্ষা অনুষ্ঠিত কৰাৰ অধিকাৰ হেৰুৱাব পাৰে

নিউজ ডেস্ক,২৫মাৰ্চ : ব্যক্তিগত বিদ্যালয়ে পৰীক্ষা অনুষ্ঠিত কৰাৰ অধিকাৰ হেৰুৱাব পাৰে।

প্ৰাইভেট স্কুলৰ শিক্ষাৰ্থীয়েও চৰকাৰী বিদ্যালয়ত গৈ দিব লাগিব সকলো পৰীক্ষা(Ranoj Pegu)।

সদনত মন্ত্ৰী ৰণোজ পেগুৱে ব্যক্তিগত বিদ্যালয়ৰ বিৰুদ্ধে কৰিলে বৃহৎ ঘোষণা।

লগতে পঢ়ক : WATCH | Gossaigaon News : বিটিচি নিৰ্বাচন চাপি অহাৰ লগে লগে মুছলমান দৰদী হ’বলৈ চেষ্টা কৰিছে অৰূপ কুমাৰ দে’