WATCH | Ranoj Pegu : ১৮ মাৰ্চৰ পৰা মুকলি হ’ব শিক্ষক বদলিকৰণ পোৰ্টেল
নিউজ ডেস্ক,১৭মাৰ্চ : ১৮ মাৰ্চৰ পৰা মুকলি হ’ব শিক্ষক বদলিকৰণ পোৰ্টেল
৩০ এপ্ৰিল পৰ্যন্ত বদলিকৰণৰ বাবে আবেদন কৰিব পাৰিব শিক্ষকে(Ranoj Pegu)
সংবাদমেলযোগে ঘোষণা শিক্ষামন্ত্ৰী ৰণোজ পেগুৰ