Local, Vocal, Global

WATCH | Ranjeet Kumar Dass : মুছলপুৰত মন্ত্ৰী ৰণজিৎ কুমাৰ দাসৰ সংবাদমেল

মুছলপুৰ,১৫জুন : মুছলপুৰত অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী ৰণজিৎ কুমাৰ দাসৰ সংবাদমেল ।

সেৱা, সুশাসন, গৰীৱ কল্যাণৰ ১১ বছৰ সম্পূৰ্ণ হোৱাৰ সন্দৰ্ভত সংবাদমেল সম্বোধন মন্ত্ৰী গৰাকীৰ(Ranjeet Kumar Dass)।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত বিজেপিয়ে ১১টা বছৰত সফলতাৰে সমাধা কৰা বিভিন্ন কাম-কাজৰ খতিয়ান দাঙি ধৰে এই সংবাদমেলত ।

প্ৰধানমন্ত্ৰী হিচাপে নৰেন্দ্ৰ মোদীৰ অন্য ৰাষ্ট্ৰত জনপ্ৰিয়তা আৰু গুৰুত্ব সন্দৰ্ভতো সংবাদমেলত অৱগত কৰে মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে ।

অপাৰেশ্যন সেন্দুৰ সন্দৰ্ভতো ক’লে মন্ত্ৰী গৰাকীয়ে ।

লগতে পঢ়ক : WATCH | Massive fire breaks out: হাজোৰ মিলপাৰাত বিধ্বংসী অগ্নিকাণ্ড