WATCH | Ranjeet Kumar Dass : অৱশেষত ক্ষমা বিচাৰিলে মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে
নিউজ ডেস্ক,৩০মাৰ্চ : অৱশেষত ক্ষমা বিচাৰিলে মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে।
অনুসূচিত জাতিক অপমান কৰাৰ অভিযোগেৰে দিছপুৰ থানাত মন্ত্ৰীগৰাকীৰ বিৰুদ্ধে দাখিল কৰা হৈছিল এজাহাৰ(Ranjeet Kumar Dass)
অসাংবিধানিক শব্দ ব্যৱহাৰৰে অপমান কৰাৰ অভিযোগৰ পিছতে ক্ষমা বিচাৰিলে মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে
লগতে পঢ়ক : WATCH | Journalist Dilwar Hussain : ‘অন্যায়ৰ বিৰুদ্ধে মই সদায় প্ৰশ্ন কৰি যাম’