WATCH | Ranjeet Kumar Dass : বিহুৰ পিছত হ’ব পঞ্চায়ত নিৰ্বাচন
নিউজ ডেস্ক,২৫মাৰ্চ : বিহুৰ পিছত হ’ব পঞ্চায়ত নিৰ্বাচন । ৪-৫মে’ৰ ভিতৰত সমাপন হ’ব পঞ্চায়ত নিৰ্বাচন । ২-৫এপ্ৰিলৰ ভিতৰত নিৰ্বাচনৰ দিন ঘোষণা কৰিব পাৰে ৰাজ্যিক নিৰ্বাচন আয়োগে, ঘোষণা মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰ(Ranjeet Kumar Dass)।
লগতে পঢ়ক : WATCH | Numal Momin : আঘাত প্ৰাপ্ত হাতেৰেই ম’বাইল ফোনত গেম খেলিব লগীয়া হৈছে নোমল মমিনে