WATCH | Rangia News: ৰঙিয়াৰ প্ৰয়াত খগেন কলিতাৰ বাসগৃহত নামঘৰৰ প্ৰতিষ্ঠা দিৱস উদযাপন
ৰঙিয়া,৩মাৰ্চ : ৰঙিয়া সমজিলাৰ অন্তৰ্গত নবুৰ্কা সত্ৰৰ কৃৰ্তী শিক্ষক প্ৰয়াত খগেন কলিতাৰ বাসগৃহত নামঘৰৰ প্ৰতিষ্ঠা দিৱস উদযাপন(Rangia News)।
ইতিমধ্যেই ৫০বছৰ গৰকা নাম ঘৰটিৰ এইবেলি সোণালী জয়ন্তী বৰ্ষ উপলক্ষে প্ৰতিষ্ঠা দিৱসত প্ৰয়াত খগেন কলিতাৰ পৰিয়ালে আমন্ত্ৰণ কৰি আনে সুদূৰ শিৱসাগৰৰ পৰা ভাগৱত পাঠক প্ৰাঞ্জিত গগৈক।
ভাগৱত পাঠক প্ৰঞ্জিত গগৈৰ ভাগৱত পাঠ শুনাৰ বাবে বিভিন্ন অঞ্চলৰ পৰা ভকত বৈষ্ণৱ সকল আহি ভিৰ কৰে প্ৰয়াত খগেন কলিতাৰ বাসগৃহত।এক প্ৰকাৰ কবলৈ গলে হৰিনামেৰে মুখাৰিত হৈ পৰে সমগ্ৰ পৰিবেশ।
লগতে পঢ়ক :WATCH | Sipajhar News: ঢেকীপাৰা মণ্ডল সমল কেন্দ্ৰৰ উদ্যোগত ৰাইজৰ উৎসৱ