WATCH | Rangia News : আহমেদাবাদ বিমান দুৰ্ঘটনাত নিহতলৈ শ্ৰদ্ধাঞ্জলি অখিল ভাৰতীয় বিদ্যার্থী পৰিষদ ৰঙিয়া শাখাৰ
ৰঙিয়া,১৬জুন : আহমেদাবাদ বিমান দুৰ্ঘটনাত নিহতলৈ শ্ৰদ্ধাঞ্জলি অখিল ভাৰতীয় বিদ্যার্থী পৰিষদ ৰঙিয়া শাখাৰ( Rangia News)। লগতে তেওঁলোকৰ আত্মাৰ চিৰ শান্তি কামনা কৰা হয়।
দেশ জোঁকাৰি যোৱা এই ঘটনা যাতে আৰু পুনৰাবৃত্তি নহয় তাকেই কামনা কৰিছে সকলোৱে। যান্ত্ৰিক বিজুতিৰ বাবে নিয়ন্ত্ৰণ হেৰুৱাই বিমানখনে খুন্দা মাৰিছিল এটি অট্টালিকাত আৰু নিমিষতে ছাই হৈ গৈছিল শিশুৰ পৰা বৃদ্ধৰ জীৱন। চাৰিওফালে চানি ধৰিছিল কলা ধোৱাই আৰু কেৱল মাথো আৰ্তনাদ।
লগতে পঢ়ক : WATCH | Geleky News : নৱগঠিত তাই আহোম মহিলা পৰিষদৰ সম্বৰ্দ্ধনা অনুষ্ঠান