Local, Vocal, Global

WATCH | Rangia News : বিদ্যুৎ চুৰিৰ বিৰুদ্ধে বৃহৎ এক্সন অভিযান শক্তি বিভাগৰ

নিউজ ডেস্ক,২২মে’ : বিদ্যুৎ চুৰিৰ বিৰুদ্ধে বৃহৎ এক্সন অভিযান শক্তি বিভাগৰ।

অবৈধভাৱে ই-ৰিক্সা চার্জত দিয়া, অবৈধভাৱে বিদ্যুৎ সংযোগ কৰা লোক সাৱধান।

চুৰি কৰি বিদ্যুৎ সংযোগ লোৱা কেইবাঘৰ লোকৰ ফ্ৰিজ, ফেন, পানী পাম্পকে ধৰি বিভিন্ন বৈদ্যুতিক সামগ্ৰী জব্দ।

‘দিবলগীয়া পইচাখিনি আদায় দি বস্তুবোৰ লৈ আহিব’।

বাক্সাৰ বৰমাত শক্তি বিভাগৰ উচ্চ পদস্থ বিষয়াৰ তত্ত্বাৱধানত অভিযান(Rangia News)।

১৫টা স্থানত চলা অভিযানত ৮টাকৈ বিদ্যুৎ চুৰিৰ তথ্য।

ৰঙিয়াত বিদ্যুৎ বিভাগ চলাইছে বৃহৎ অভিযান।

ঘটনা সন্দৰ্ভত আটক কৰিছে এজন লোকক।

যিকোনো মুহূৰ্তত জব্দ হ’ব আপোনাৰ TV,ফ্ৰীজ, ফেন পানী মটৰ ইত্যাদি।

১ কিলোৱাতৰ বিদ্যুৎ লৈ অধিক কিলোৱাতৰ বিদ্যুত খৰছ কৰাসকলৰ বিৰুদ্ধে এক্সন।

লগতে পঢ়ক : WATCH | Fir Against the Beer Lachit Sena: দুলীয়াজানত বি এন সিঙ তেল ডিপোৰ তত্বাৱধায়ক সীমান্ত শ‌ইকীয়াৰ সংবাদমেল