WATCH | Rangia News : ৰঙিয়া সমজিলা আয়ুক্ত কাৰ্যালয়ত উত্তপ্ত পৰিস্থিতি

ৰঙিয়া,১২মে’ : ৰঙিয়া সমজিলা আয়ুক্ত কাৰ্যালয়ত উত্তপ্ত পৰিস্থিতি। বেলট পেপাৰৰ খেলিমেলিক লৈ সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ।
ৰাজ্যত পঞ্চায়ত নিৰ্বাচনৰ ফলাফল প্ৰক্ৰিয়া চলি থকাৰ সময়তে বেলট পেপাৰ নাইকিয়া কৰাক লৈ বিষ্ফোৰক মন্তব্য এগৰাকী মনোনীত প্ৰাৰ্থীৰ যাক লৈ উত্তপ্ত হৈ পৰে ৰঙিয়া সমজিলা আয়ুক্ত কাৰ্যালয়ৰ চৌহদ(Rangia News)।
ঘটনাক লৈ তীব্ৰ প্ৰতিবাদ বিৰোধী দল কংগ্ৰেছৰ।