Local, Vocal, Global

WATCH | Rangia News : পঞ্চায়তৰ নিৰ্বাচনৰ ভোট গণনাৰ মাজতে ৰঙিয়াত গাঞ্জাসহ আটক মহিলা

ৰঙিয়া,১১ মে’ : পঞ্চায়তৰ নিৰ্বাচনৰ ভোট গণনাৰ মাজতে ৰঙিয়াত গাঞ্জাসহ আটক মহিলা। ৰঙিয়া আৰক্ষীৰ অভিযানত জব্দ গাঞ্জাসহ ধৃত ওদালগুৰিৰ এগৰাকী মহিলা ।

ওদালগুৰিৰ পৰাই ৰঙিয়ালৈ কঢ়িয়াই আনিছিল গাঞ্জাখিনি(Rangia News)। AS-27-C-3955 নম্বৰৰ বাহনত ৰঙিয়ালৈ আনিছিল নিষিদ্ধ গাঞ্জাখিনি। ৰঙিয়াৰ তিনিআলিত আৰক্ষীয়ে তালাচী চলাই আটক কৰিবলৈ সক্ষম হয় ধৃত সৰবৰাহকাৰী মহিলা গৰাকীক। আটকাধীন মহিলাগৰাকীক বৰ্তমান ৰঙিয়া আৰক্ষিয়ে জেৰা অব্যাহত ৰাখিছে।

পঞ্চায়তৰ নিৰ্বাচনৰ ভোট গণনাৰ মাজতে ৰঙিয়াত গাঞ্জাসহ আটক মহিলা।

লগতে পঢ়ক : WATCH | Panchayat Election Result : ৰঙিয়াত বিজেপিৰ অগ্ৰগতি