WATCH | Rangia News : কেকানকুছিত সদস্য পদৰ নিৰ্দলীয় প্রার্থী শুক্লেশ্বৰ দাসৰ ব্যাপক নিৰ্বাচনী প্ৰচাৰ
ৰঙিয়া,৫মে’ : ৰঙিয়া জয়ন্তীপুৰত নিৰ্বাচনী প্ৰচাৰ সভাত জনপ্ৰিয় কন্ঠশিল্পী মৃণাল মৃত্তিকৰ গীতৰ শৰাই। সমাগত দ্বিতীয় পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচন। নিৰ্বাচনৰ পূৰ্বে ৰঙিয়াৰ প্ৰান্তে প্ৰান্তে বিজেপিৰ বিশাল নিৰ্বাচনী প্ৰচাৰ(Rangia News)।
দেওবাৰে ৰঙিয়া জয়ন্তীপুৰ যোগেশ্বৰ বিদ্যাপীঠ হাইস্কুল খেলপথাৰত এক বিশাল নিৰ্বাচনী প্ৰচাৰ সভা অনুষ্ঠিত হয়। উপস্থিত থাকে দৰং ওদালগুৰি লোক সভা সমষ্টিৰ সাংসদ তথা নৱ নিৰ্বাচিত ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ লগতে ৰঙিয়াৰ স্থানীয় বিধায়ক ভৱেশ কলিতা আৰু দলৰ বহুকেইজন বিশিষ্ট ব্যাক্তি। উক্ত অনুষ্ঠানত ৰঙিয়াৰ মনোনীত প্ৰাৰ্থী সকলৰ হৈ ভাষণ ৰাখে সাংসদ দিলীপ শইকীয়াই লগতে বিৰোধী দল কংগ্ৰেছক তীব্ৰ সমালোচনা কৰে দৰং ওদালগুৰি লোকসভা সমষ্টিৰ সাংসদ গৰাকীয়ে।
লগতে পঢ়ক : WATCH | Pradyut Bordoloi : জাগীৰোডৰ পশ্চিম নগাঁৱত সাংসদ প্ৰদ্যুৎ বৰদলৈৰ নিৰ্বাচনী প্ৰচাৰ