WATCH | Rangia News : ৰঙিয়া ২নং শ্বহীদ সত্যনাথ গাওঁ পঞ্চায়তৰ ৬নং ৱাৰ্ডৰ প্ৰাৰ্থী সত্যবান দাস ওলাই আহিছে ৰাইজৰ বাবে
ৰঙিয়া,২৭এপ্ৰিল : ৰাজ্যত পঞ্চায়ত নিৰ্বাচনৰ প্ৰচাৰ তুংগত। পঞ্চায়তে পঞ্চায়তে তীব্ৰ প্ৰচাৰ প্ৰাৰ্থীৰ। ভোটাৰৰ মন জয় কৰিবলৈ ন ন কৌশল প্ৰাৰ্থীৰ। ৰঙিয়া ২নং শ্বহীদ সত্যনাথ গাওঁ পঞ্চায়তৰ ৬নং ৱাৰ্ডৰ প্ৰাৰ্থী সত্যবান দাস ওলাই আহিছে ৰাইজৰ বাবে(Rangia News)।
আগন্তুক পঞ্চায়ত নিৰ্বাচনক লৈ দিনে নিশাই ব্যস্ত হৈ পৰিছে ৰাইজৰ মনোনীত সদস্য পদৰ প্ৰাৰ্থী গৰাকী।নিৰ্বাচনী ৰণত সত্যবান দাসক গাড়ীৰ ছবিত ভোট দিয়াৰ বাবে আহ্বান প্ৰাৰ্থী গৰাকীৰ।
লগতে পঢ়ক : WATCH | Panchayat Election: ৯নং জাপিয়া ৱাৰ্ডৰ প্ৰাৰ্থী মুকুল আহমেদৰ নিৰ্বাচনী লৈ প্ৰচাৰ