Local, Vocal, Global

WATCH | Rangia News : কংগ্ৰেছত ব্যাপক খহনীয়া !

ৰঙিয়া,১৯এপ্ৰিল : পঞ্চায়ত নিৰ্বাচনৰ প্ৰাকক্ষণত কি হৈছে ৰঙিয়াত চপৰা চপৰে খহিছে কংগ্ৰেছৰ দূৰ্গ। এইবাৰ বৈদ্যগড় আঞ্চলিক পঞ্চায়তৰ কংগ্ৰেছ প্ৰাৰ্থী সহ দহজনকৈ কংগ্ৰেছীৰ কংগ্ৰেছ দল ত্যাগ কৰি বিজেপিত যোগদান কৰে। কংগ্ৰেছ প্ৰাৰ্থী নিৰ্মল পালসহ দহগৰাকীকৈ সক্ৰিয় কংগ্ৰেছ কৰ্মীয়ে কংগ্ৰেছ এৰি যোগ দিলে বিজেপিত। পাণ্ডুৰী জিলা পৰিষদৰ বিজেপি প্ৰাৰ্থী নিপন ভুঞাৰ বাসগৃহত এই যোগদান কাৰ্য্যসূচী( Rangia News)।

পাণ্ডুৰী জিলা পৰিষদৰ বিজেপি প্ৰাৰ্থী নিপন ভুঞালৈ পূৰ্ণ সমৰ্থন।মিঠাই খুৱাই আটাইকেইগৰাকীকে বিজেপিলৈ আদৰণি জনালে নিপন ভুঞাই।

লগতে পঢ়ক :WATCH | Teok News : পূব যোৰহাট মণ্ডলৰ আঞ্চলিক সদস্য দেবাশিষ সেনাপতি নিৰ্বাচনী তৎপৰতা