WATCH | Rangia News :কামৰূপ জিলা নিখিল বড়ো ছাত্ৰ সন্থাৰ উদ্যোগত মুকলি ৰঙালী বিহু উৎসৱ উদযাপন
ৰঙিয়া,১৯এপ্ৰিল : কামৰূপ জিলা নিখিল বড়ো ছাত্ৰ সন্থাৰ উদ্যোগত মুকলি ৰঙালী বিহু উৎসৱ উদযাপন।
শুকুৰবাৰে ৰঙিয়া ৰাইজ মেলত অনুষ্ঠিত হোৱা উক্ত অনুষ্ঠানত আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকে ৰঙিয়া আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া নৱজিৎ দাসকে ধৰি বহু কেইজন গণ্য মান্য ব্যক্তি(Rangia News)।
অসমীয়া বিহু নৃত্যকে ধৰি বড়ো সকলৰ বাগৰুম্বা নৃত্যৰে জীপাল হৈ পৰে ৰঙিয়া ৰাইজমেলৰ পৰিবেশ।
লগতে পঢ়ক : WATCH | Sonari News : পঞ্চায়ত নিৰ্বাচন সম্পৰ্কত কি ক’লে লুৰিণজ্যোতি গগৈয়ে