Local, Vocal, Global

WATCH | Rangia News : নিশা ৰঙিয়াত না’ডোৰ উদ্যোগত কণ্ঠশিল্পী দীপলীনা ডেকাৰ সংগীতানুষ্ঠান

ৰঙিয়া,১৯এপ্ৰিল : নিশা ৰঙিয়াত না’ডোৰ উদ্যোগত কণ্ঠশিল্পী দীপলীনা ডেকাৰ সংগীতানুষ্ঠান। ৰঙিয়াত উপস্থিত হৈ দীপলীনাৰ শিল্পী দিগন্ত ভাৰতীৰ লগত হোৱা ঘটনা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ।

যিগৰাকী ব্যক্তিক আমি গুৰু হিচাপে মানোঁ। তেখেতৰ হাজাৰ হাজাৰ ষ্টুডেন্ট। তেখেতৰ সৃষ্টি আৰু দৃষ্টিৰে আজিলৈ যিখিনি কাম কৰিছে, অসমৰ সংস্কৃতিৰ পৃথিৱীখনত তেখেতৰ যিমানখিনি অৱদান আছে হয়তো তেখেতৰ সৃষ্টিৰেই বহুতো গায়ক-গায়িকাই বৰ্তমান মঞ্চ সমূহ শুৱনি কৰি আছে। মই দিগন্ত ভাৰতী ছাৰৰ কিমান গীত পৰিৱেশন কৰোঁ মঞ্চত। খঙতকৈ বেছি দুখ লাগিছে।কমিটিৰ এজন ব্যক্তিৰ ভুলৰ বাবে সকলোৱে(Rangia News)।

লগতে পঢ়ক : WATCH | Rangia News : ৰঙিয়া ১নং নকুল‌ গোপাল গোসাইঘৰ প্ৰাংগণত অনুষ্ঠিত শ্ৰীশ্ৰী মনসা পূজাৰ সফল সমাপ্তি