WATCH | Rangia News : ৰঙিয়া ১নং নকুল গোপাল গোসাইঘৰ প্ৰাংগণত অনুষ্ঠিত শ্ৰীশ্ৰী মনসা পূজাৰ সফল সমাপ্তি
ৰঙিয়া,১৯এপ্ৰিল : ৰঙিয়া ১নং নকুল গোপাল গোসাইঘৰ প্ৰাংগণত অনুষ্ঠিত শ্ৰীশ্ৰী মনসা পূজাৰ সফল সমাপ্তি।
যোৱা ১৫ এপ্ৰিলৰ পৰা তিনিদিনীয়াকৈ অনুষ্ঠিত হোৱা এই পূজা ভাগৰ অন্ত পৰে শনিবাৰে। এই শ্ৰীশ্ৰী মনসা পূজা খনৰ আৰম্ভণি কেতিয়া হৈছিল আজিলৈ নাজানে গাঁৱবাসীয়ে ।
তাত আছে বহু বছৰ পুৰণি বৃহৎ আকাৰৰ এডাল আহত গছ। আনুমানিক ডেৰশ বছৰীয়া এই পূজা ভাগৰ মাহত্বৰ কথা শুনিলে আপুনিও আচৰিত হ’ব(Rangia News)।
লগতে পঢ়ক : WATCH | Chapar News : ধুবুৰী বঙাইগাঁও জিলাৰ সীমান্তৱৰ্তী নৃত্য বজাৰত উত্তপ্ত পৰিস্থিতি