Local, Vocal, Global

WATCH | Rangia News : ৰঙিয়াত ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা;ভস্মীভূত লক্ষাধিক টকাৰ সা-সম্পত্তিৰ

ৰঙিয়া,২৮মাৰ্চ : ৰঙিয়াত ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা ৷ তৰণী গাঁৱৰ ৰাজেন কলিতা নামৰ লোকজনৰ বাসগৃহত সংঘটিত হয় অগ্নিকাণ্ডৰ ঘটনা। দাউ দাউকৈ জলি উঠা জুইৰ লেলিহান শিখা প্ৰত্যক্ষ কৰি আতংকিত গঞা ৰাইজ(Rangia News)।

তৎপৰতাৰে অগ্নি নিৰ্বাপন স্থানীয় ৰাইজৰ। ঘটনাস্থলীত উপস্থিত আৰক্ষী ,অগ্নি নিৰ্বাপক বাহিনীৰ দল ।শ্বৰ্ট চাৰ্কিটৰ ফলত অগ্নিকাণ্ড সংঘটিত হোৱাৰ ধাৰণা।প্ৰায় লক্ষাধিক মূল্যৰ সা-সম্পত্তি বিনষ্ট হোৱাৰ আশংকা।ঘটনাক লৈ তীব্ৰ চাঞ্চল্য অব্যাহত।

লগতে পঢ়ক : WATCH | Bohag Bihu 2025: হেঁপাহৰ ৰঙালীলৈ মাজত কেইটামান দিন বাকী