WATCH | Rangia News : ভিঠেলীপাৰা শ্ৰী শ্ৰী বাসুদেৱ সত্ৰত আজি অন্তিম দিনা
ৰঙিয়া,১১মাৰ্চ : ৰঙিয়া সমজিলাৰ অন্তৰ্গত ভিঠেলীপাৰা শ্ৰী শ্ৰী বাসুদেৱ সত্ৰত আজি অন্তিম দিনা। অন্তিম দিনটোত এক বিশাল ধৰ্মীয় শোভাযাত্ৰা উলিওৱা হয়।
যোৱা ৯মাৰ্চৰ পৰা ১১মাৰ্চলৈ ভিঠেলীপাৰা শ্ৰী শ্ৰী বাসুদেৱ সত্ৰত তিনিদিনীয়া কাৰ্যসূচীৰে উদযাপন কৰা হৈছিল বাৰ্ষিক সবাহ মহোৎসৱ(Rangia News)।
লগতে পঢ়ক : WATCH | Himanta Biswa Sarma: বাইক ৰাইডাৰ ননীক লৈ উত্তাল হ’ল সদন