WATCH | Rangia News: ভিঠেলীপাৰা বাসুদেৱ সত্ৰত বাৰ্ষিক সৱাহ মহোংসৱ
ৰঙিয়া,১০মাৰ্চ : ৰঙিয়া সমজিলাৰ অন্তৰ্গত ভিঠেলীপাৰা বাসুদেৱ সত্ৰত বাৰ্ষিক সৱাহ মহোংসৱ।
৯ মাৰ্চৰ পৰা ১১মাৰ্চলৈ তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্য্যসূচীৰে উৎযাপন কৰা হৈছে বাৰ্ষিক সৱাহ মহোৎসৱ(Rangia News)।