Local, Vocal, Global

WATCH | Rangia News: ৭৬ তম শ্ৰীশ্ৰীমহাবিষ্ণু যজ্ঞ মহোৎসৱ

ৰঙিয়া,৮মাৰ্চ : ৭৬ তম শ্ৰীশ্ৰীমহাবিষ্ণু যজ্ঞ মহোৎসৱ । ৰঙিয়া বিছেন্নালা শ্ৰীশ্ৰীমহাবিষ্ণু যজ্ঞ মন্দিৰত হিতসাধিনী সংঘৰ সৌজ্যনত উদযাপন কৰা হৈছে ৭৬ তম শ্ৰীশ্ৰীমহাবিষ্ণু যজ্ঞ মহোৎসৱ ।

যোৱা ৫ মাৰ্চৰ পৰা ১০ মাৰ্চলৈ ৬ দিনীয়া বৰ্ণাঢ্য কাৰ্য্যসূচীৰে উদযাপন কৰা হৈছে শ্ৰীশ্ৰীমহাবিষ্ণু যজ্ঞ মহোৎসৱ(Rangia News)।

লগতে পঢ়ক : International Women’s Day: আজি আন্তৰ্জাতিক নাৰী দিৱস;৮ মাৰ্চৰ দিনাই আন্তৰ্জাতিক নাৰী দিৱস কিয় পালন কৰা হয়…