Local, Vocal, Global

WATCH | Rangia News: ৰঙিয়া হৰিয়ানদাৱ ৰাধাকৃষ্ণ মন্দিৰৰ প্ৰতিষ্ঠা দিৱসৰ সফল সমাপ্তি

ৰঙিয়া,৬মাৰ্চ : ৰঙিয়া হৰিয়ানদাৱ ৰাধাকৃষ্ণ মন্দিৰৰ প্ৰতিষ্ঠা দিৱস তথা ৫০তম ৰাজহুৱা চাৰিপ্ৰহৰ একনাম সংকীৰ্ত্তনৰ সফল সমাপ্তি। এইবেলি সোণালী জয়ন্তী বৰ্ষ উপলক্ষে যোৱা ৩ মাৰ্চৰ পৰা ৫ মাৰ্চলৈ তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্য্যসূচীৰে ফেল্লা বাবাৰ আশ্ৰমত উদযাপন কৰা হৈছিল ৰাজহুৱা চাৰিপ্ৰহৰ একনাম সংকীৰ্ত্তন(Rangia News)।

বুধবাৰে অন্ত পৰে একনাম সংকীৰ্ত্তনৰ। আনহাতে ফেল্লা বাবা আশ্ৰমৰ মাহত্ব অনেক যি সকল ভক্তই নিজৰ বাঞ্চা পূৰণাৰ্থে এই আশ্ৰমত দৰ্শন হৈ আহিছে আজিলৈ সেইসকল ভক্তৰ সকলো ধৰণৰ মনৰ বাঞ্চা পূৰ্ণ হৈ আহিছে আৰু সেয়ে প্ৰতিবছৰে হাজাৰ হাজাৰ ভক্তৰ সমাগম ঘটে এই আশ্ৰম খনলৈ ।

লগতে পঢ়ক : WATCH | Debabrata Saikia: ‘অপৰাধ মুক্ত কৰিবলৈ চিচিটিভ সংস্থাপনৰ পাছতো কেনেকৈ অসমত ৰাইডাৰ যুৱতীৰ বাইক চুৰি হ’ল ?’