Local, Vocal, Global

WATCH | Ramakanto Deori: ‘আঁচনি দিয়াৰ পিছত যদি বিজেপিক ভোট নিদিলে পাপে চুব’

নিউজ ডেস্ক,২৯এপ্ৰিল : ‘আঁচনি দিয়াৰ পিছত যদি বিজেপিক ভোট নিদিলে পাপে চুব’

‘জনদৰদী মুখ্যমন্ত্ৰীয়ে ইমানবোৰ আঁচনি দিছে’

‘ইয়াৰ পিছতো যদি বিজেপিক ভোট নিদিয় তহঁতৰ সন্তানকো পাপে চুব’

নিৰ্বাচনী প্ৰচাৰ সভাৰ মাজতে বিতৰ্কিত মন্তব্য বিজেপি বিধায়ক ৰমাকান্ত দেউৰীৰ । মুখ্যমন্ত্ৰীৰ সন্মুখতে চৰম বিতৰ্কিত মন্তব্য় বিজেপি বিধায়কগৰাকীৰ(Ramakanto Deori)

লগতে পঢ়ক : WATCH | Panchayat Election 2025 : হাতত গামোচা লৈ ভোটাৰ ৰাইজৰ ঘৰে ঘৰে প্ৰাৰ্থী