WATCH | Rakibul Hussain Pressmeet : নগাঁৱত সাংসদ ৰকিবুল হুছেইনৰ সংবাদমেল
নগাঁও,১৩মে’ : নগাঁৱত সাংসদ ৰকিবুল হুছেইনৰ সংবাদমেল। পঞ্চায়ত নিৰ্বাচনৰ ফলাফল সন্দৰ্ভত সংবাদমেল সম্বোধন সাংসদগৰাকীৰ ।
চামগুৰি বিধান সমষ্টিৰ ৰাইজে যি সমৰ্থন জনালে তাৰ বাবে আমি ধন্যবাদ জনাইছোঁ।
চাৰিটা জিলা পৰিষদত আমাৰ প্ৰাৰ্থীসকলে বৃহৎ ব্যৱধানত জয়ী হৈছে(Rakibul Hussain Pressmeet)।
চামগুৰি সমষ্টিৰ আঞ্চলিক পৰ্য্যায়তো জয়ী হ’বলৈ সক্ষম হৈছে।
ধুবুৰীত এ আই ইউ ডি এফৰ উত্থান হোৱা নাই এনেই চৰ্চাত আহিছে ।
ক্ষমতাত যাৰ চৰকাৰ থাকে পঞ্চায়তত সেইখন চৰকাৰৰ ফলাফল ভাল হয় ।
কংগ্ৰেছৰ চৰকাৰ থাকোঁতে পঞ্চায়তত কংগ্ৰেছৰো ফলাফল ভাল হৈছিল ।
এতিয়া আমাৰ ডাঙৰ ইচ্ছু হৈছে হিমন্ত বিশ্ব শৰ্মা।
পঞ্চায়ত নিৰ্বাচন ফলাফলে আগন্তুক বিধানসভাত প্ৰভাৱ পেলাব।
বিধানসভাত হিমন্ত বিশ্ব শৰ্মা থাকিলে কংগ্ৰেছৰ চৰকাৰ হ’ব।
লগতে পঢ়ক : WATCH | Moirabari News : ৰজাগাধোৱা জিলা পৰিষদৰ নিৰ্দলীয় প্ৰাৰ্থীৰ জয়লাভ