WATCH | Rakibul Hussain : ‘বিজেপিৰ সাংসদ সুধাংশু ত্ৰিবেদী হৈছে অৰ্ধজ্ঞানী’
নিউজ ডেস্ক,২২মাৰ্চ : ‘বিজেপিৰ সাংসদ সুধাংশু ত্ৰিবেদী হৈছে অৰ্ধজ্ঞানী’
‘সুধাংশু ত্ৰিবেদীৰ ধুবুৰীৰ ওপৰত কোনো ভৌগলিক কাণ্ডজ্ঞান নাই ‘
‘ধুবুৰীৰ ইতিহাস নাজানে’
‘ধুবুৰীৰ পৰা বহু স্বনামধন্য লোকৰ জন্ম হৈছে’
বিজেপিৰ সাংসদে ধুবুৰীক মিনি বাংলাদেশ বুলি কোৱাৰ পাছত প্ৰথমটো প্ৰতিক্ৰিয়া সাংসদ ৰকিবুল হুছেইনৰ(Rakibul Hussain)।
লগতে পঢ়ক : WATCH | Sivasagar News : মুখ্যমন্ত্ৰীক কৃতজ্ঞতা জ্ঞাপন প্ৰাথমিক শিক্ষা সন্মিলনীৰ