WATCH | Rakibul Hussain : ‘ৰূপহীহাটৰ ঘটনাৰ অভিযুক্তক ৰক্ষণাবেক্ষণ দিছে চৰকাৰে’
নিউজ ডেস্ক,১৭মাৰ্চ : ‘ৰূপহীহাটৰ ঘটনাৰ অভিযুক্তক ৰক্ষণাবেক্ষণ দিছে চৰকাৰে’।
‘মাত্ৰ দুজনক গ্ৰেপ্তাৰ কৰি বিষয়টো তল পেলাব বিচাৰিছে’।
‘বাকি কেইজনক জামিন লবলৈ সহায় কৰিছে শাসকপক্ষই’।
ৰকিবুল হুছেইনে ২২ জন আক্ৰমণকাৰীৰ নাম সন্নিৱিষ্ট কৰিছিল এজাহাৰত।
মুখ্যমন্ত্ৰীয়ে মাত্ৰ ১০ জনৰ কথাহে উল্লেখ কৰিছিল।
কিন্তু জামিনৰ বাবে উচ্চ ন্যায়ালয়ত ২৫ জনে আবেদন কৰিছে(Rakibul Hussain)।
সংবাদ মেলত গুৰূতৰ অভিযোগ ৰকিবুল হুছেইনৰ।
লগতে পঢ়ক : WATCH | APCC Spokesperson Ritam singh Arrested : আজি আদালতত পুনৰ চলিব ঋতম সিঙৰ গোচৰৰ শুনানী