Local, Vocal, Global

WATCH | Rakibul Hussain : “উজনি অসমত সকলো জাতি- জনগোষ্ঠীয়ে তেখেতৰ লগ এৰিছে, এতিয়া তেওঁক মিয়াৰ ডকাইত,চোৰ কেইটা লগা হৈছে”

নিউজ ডেস্ক,১৬মাৰ্চ : ”মুখ্যমন্ত্ৰীয়ে ভয় খাইছে যে, উজনি অসমত সকলো জাতি- জনগোষ্ঠীয়ে তেখেতৰ লগ এৰিছে, এতিয়া তেওঁক মিয়াৰ ডকাইত,চোৰ কেইটা লগা হৈছে” ।

কংগ্ৰেছ নেতা ৰিতম সিঙক আৰক্ষীয়ে আটক কৰাকলৈ আৰক্ষী আৰু চৰকাৰক সমালোচনা সাংসদ ৰকিবুল হুছেইনৰ(Rakibul Hussain) ।

লগতে পঢ়ক : WATCH | Himanta Biswa Sarma : নগাঁৱত নিৰ্মাণৰত ড° ভূপেন হাজৰিকা কলাতীৰ্থত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা