WATCH | Rakibul Hussain : চামগুৰিৰ পুৰণিগুদাম মুঢ়ানিৰ প্ৰণৱজ্যোতি বৰাৰ ঘৰত উপস্থিত ধুবুৰীৰ সাংসদ ৰকিবুল হুছেইন
নগাঁও,৮মাৰ্চ : চামগুৰিৰ পুৰণিগুদাম মুঢ়ানিৰ প্ৰণৱজ্যোতি বৰাৰ ঘৰত উপস্থিত ধুবুৰীৰ সাংসদ ৰকিবুল হুছেইন।
উপস্থিত হৈ গভীৰ শোক প্ৰকাশ কৰে সাংসদ গৰাকীয়ে(Rakibul Hussain)।
চামগুৰিৰ প্ৰাক্তন উপ-সভাপতি তথা বৰ্তমান যুৱ-কংগ্ৰেছৰ সম্পাদক আছিল প্ৰণৱজ্যোতি।
মৰণোত্তৰ পৰীক্ষাত চিকিৎসকে প্ৰকাশ কৰা প্ৰনৱজ্যোতি বৰাৰ মৃত্যু হত্যা নহয় হৃদযন্ত্ৰৰ ক্ৰিয়াৰ বন্ধ হৈ মৃত্যু হোৱা বুলি কৰা মন্তব্যক মানিল’ব পৰা নাই পৰিয়ালৰ লোক তথা সাংসদ গৰাকীয়ে।
ঘটনা সন্দৰ্ভত সাংসদ গৰাকীয়ে উচিত তদন্তৰ দাবী কৰে।
লগতে পঢ়ক :WATCH | Nalbari News : আন্তজাৰ্তিক নাৰী দিৱস উপলক্ষে কাপলাবড়ীত আন্তজাৰ্তিক নাৰী দিৱস উদযাপন