Local, Vocal, Global

WATCH | Rakibul Hussain:’নিশা সপোনতো গৌৰৱ গগৈক দেখে মুখ্যমন্ত্ৰীয়ে’

নিউজ ডেস্ক,২০মে’ : ‘নিশা সপোনতো গৌৰৱ গগৈক দেখে মুখ্যমন্ত্ৰীয়ে’

‘ গৌৰৱ গগৈৰ কথা ভাবি ভাবি মুখ্যমন্ত্ৰী খীণাই গৈছে’

‘এতিয়াৰ মুখ্য়মন্ত্ৰীৰ কথা মিল নাই পূৰ্বৰ হিমন্ত বিশ্ব শৰ্মাৰ সৈতে,এতিয়াৰ মুখ্য়মন্ত্ৰী বডি ডাবল মুখ্যমন্ত্ৰী’

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক কটাক্ষ সাংসদ ৰকিবুল হুছেইনৰ(Rakibul Hussain)

লগতে পঢ়ক : WATCH | Shrinkhal Chaliha :‘পে’ট্ৰল পাম্পটো থকা যুৱতীগৰাকীক আটক কৰিবই লাগিব’