WATCH | Rajnath Singh: প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ অধ্যক্ষতাত সৰ্বদলীয় বৈঠক
নিউজ ডেস্ক,৮মে’ : অপাৰেচন সিন্দূৰৰ পাছত বৃহস্পতিবাৰে অনুষ্ঠিত হয় সৰ্বদলীয় বৈঠক। প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ অধ্যক্ষতাত অনুষ্ঠিত হয় সৰ্বদলীয় বৈঠক।
সৰ্বদলীয় বৈঠকৰ অন্তত প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে কয় যে অপাৰেচন সিন্দূৰ এতিয়াও শেষ হোৱা নাই। অপাৰেচন সিন্দূৰ এতিয়াও চলি আছে আৰু এই মুহূৰ্তত অধিক বিৱৰণ দিয়াটো বিবেচনাপূৰ্ণ নহ’ব। বৃহস্পতিবাৰে দিল্লীত অনুষ্ঠিত সৰ্বদলীয় বৈঠকত সিঙে এই মন্তব্য কৰে(Rajnath Singh)।
বৈঠকৰ অন্তত কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতি মল্লিকাৰ্জুন খাৰ্গেই মন্তব্য প্ৰকাশ কৰে।
লগতে পঢ়ক : WATCH | Dinesh Sharma: পাকিস্তানৰ আক্ৰমণত শ্বহীদ ভাৰতীয় সেনা জোৱান দীনেশ কুমাৰ শৰ্মা