Local, Vocal, Global

WATCH | Rain, storm wreak havoc in several parts of Assam:ৰাজ্যত বিভিন্ন প্ৰান্তত প্ৰচণ্ড ধুমুহা, বৰষুণ

নিউজ ডেস্ক,১৯ফেব্ৰুৱাৰী : ৰাজ্যত বিভিন্ন প্ৰান্তত প্ৰচণ্ড ধুমুহা, বৰষুণ।

বতৰ বিজ্ঞান কেন্দ্ৰৰ সতৰ্কবাণীৰ পিছতেই ৰাজ্যত নিশা ধুমুহা, বৰষুণ(Rain, storm wreak havoc in several parts of Assam)।

নিশা অহা ধুমুহাই ৰাজ্যৰ ভিন্ন প্ৰান্তত বিস্তৰ ক্ষতি কৰে।

প্ৰচণ্ড ধুমুহাত উভালি পৰিল বৃহৎ আকাৰৰ গছ ।

কেমেৰাত বন্দী হৈছে ধুমুহাৰ ভয়ংকৰ দৃশ্য।

ভিন্ন অঞ্চলত ব্যাহত বিদ্যুত সংযোগ।

ৰাজ্যৰ ভিন্ন প্ৰান্তৰ সমান্তৰালকৈ বৰাকৰ বিভিন্ন প্ৰান্তত ধুমুহা, বৰষুণ।

লগতে পঢ়ক :Bhupen Kumar Borah : APSC কেলেংকাৰী সন্দৰ্ভত ভূপেন বৰাৰ প্ৰতিক্ৰিয়া