Local, Vocal, Global

Raijor Dal Secretary Ratul Gogoi resigns: ৰাইজৰ দলৰ সম্পাদক ৰাতুল গগৈৰ পদত্যাগ

নিউজ ডেস্ক,২৪ অক্টোবৰ : ৰাইজৰ দলৰ সম্পাদক ৰাতুল গগৈৰ পদত্যাগ।

ৰাইজৰ দলৰ সভাপতিলৈ পদত্যাগ পত্ৰ প্ৰেৰণ ৰাতুল গগৈৰ(Raijor Dal Secretary Ratul Gogoi resigns)।

আদৰ্শগত পাৰ্থক্যৰ বাবেই পদত্যাগ কৰাৰ কথা উল্লেখ।

ৰাষ্ট্ৰীয় দলৰ সৈতে স্থাপন কৰা মিত্ৰতাক লৈ অসন্তুষ্ট ৰাতুল গগৈ।

লগতে পঢ়ক :Jayanta Borah joins Congress: টিকট লৈ কংগ্ৰেছত যোগদান জয়ন্ত বৰাৰ