WATCH | Raijor Dal : ৰাইজৰ দলত অথন্তৰ
নিউজ ডেস্ক,১৭মে’ : ৰাইজৰ দলত অথন্তৰ
বৈঠকত নিজৰ বক্তব্য ৰাখিব নাপাই ক্ষোভত ওলাই আহিল কৰ্মী
ধুবুৰীৰ বীৰসিঙৰ পৰা ZPC খেলিছিল আব্দুল জব্বৰে(Raijor Dal)
১৫ লাখ টকা খৰচ কৰাৰ কথা কিয় ক’বলৈ নিদিব বুলি ক্ষোভত ৰুদ্ৰৰূপ আব্দুল জাব্বৰ
লগতে পঢ়ক : WATCH | Guwahati News : চানমাৰিৰ নিৰ্মীয়মান উৰণসেতুত ভয়ংকৰ অঘটন