Local, Vocal, Global

WATCH | Rabha Hasong Autonomous Council Election: মনোনয়ন দাখিল ৰাভা হাছং যৌথ সংগ্ৰাম সমিতিৰ প্ৰাৰ্থী টংকশ্বৰ ৰাভাৰ

গোৱালপাৰা,১৫মাৰ্চ : অহা ২ এপ্ৰিলত ৰাভা হাছং স্বায়ত্ত শাসিত পৰিষদৰ নিৰ্বাচন। মনোনয়ন দাখিল ৰাভা হাছং যৌথ সংগ্ৰাম সমিতিৰ প্ৰাৰ্থী টংকশ্বৰ ৰাভাৰ। সংগ দিয়ে গুৱাহাটী সাংসদ বিজুলী কলিতা মেধী, ৰাজ্যিক সভাপতি দিলীপ শইকীয়া(Rabha Hasong Autonomous Council Election)।

টংকেশৰ ৰাভাই গোৱালপাৰা পূৱ সমষ্টিৰ বিধায়ক এ কে ৰচিদ আলমক বাংলাদেশী বুলি আখ্যা দিয়ে। ৰাভাই কয় যে বিধায়ক এ কে ৰচিদ আলম নিজকে এজন ৰজা বুলি কয়। তাৰ মানে কংগ্ৰেছ দল পৰিয়াল কেন্দ্ৰিক দল।গণতন্ত্ৰ দেশত ৰজা কত পায়?

লগতে পঢ়ক : WATCH | Sensational incident : নলবাৰীত হৃদয় বিদাৰক ঘটনা