Local, Vocal, Global

WATCH | Python recovered in Boko : বকোৰ মাকেলিত উদ্ধাৰ প্ৰকাণ্ড অজগৰ

বকো,১৪জুন : বকোৰ ১ নং মাকেলিত উদ্ধাৰ প্ৰকাণ্ড এডাল অজগৰ(Python recovered in Boko)। বকো মাকেলিৰ গিয়াছউদ্দিন আহমেদ নামৰ লোকজনৰ বাসগৃহৰ সমীপতে থকা এখনি খেতিপথাৰৰ পৰা উদ্ধাৰ কৰা হয় সাপডাল। সৰ্প উদ্ধাৰকাৰী বিকাশ বড়োৰ তৎপৰতাত উদ্ধাৰ হয় সাপডাল। ইফালে সাপডাল প্ৰত্যক্ষ কৰাৰ লগে লগেই আতংকিত হৈ পৰে লোকসকল।

সাপডাল উদ্ধাৰ কৰি পিছলৈ মুক্ত বিচৰণৰ বাবে বনাঞ্চল এলেকাৰ জংঘলত এৰি দিয়ে।

লগতে পঢ়ক : WATCH | BPF holds meeting in Baksa : বাক্সাত বিপিএফৰ বিশাল জনসভা