WATCH | Protest in Cachar : কাছাৰ কাটিগড়ত ৰাজপথত হাজাৰ হাজাৰ লোকৰ প্ৰতিবাদ

শিলচৰ,৯এপ্ৰিল : কাছাৰ কাটিগড়ত ৰাজপথত হাজাৰ হাজাৰ লোকৰ প্ৰতিবাদ।
ৱাকফ আইনৰ বিৰুদ্ধে কাটিগৰাত প্ৰতিবাদ সাব্যস্ত কৰে হাজাৰ হাজাৰ লোকৰ(Protest in Cachar)।
প্ৰতিবাদী কাৰ্যসূচীৰ সময়ত বিজেপি চৰকাৰৰ বিৰুদ্ধে বিভিন্ন শ্লোগানেৰে বতাহ মুখৰিত কৰি তোলে আন্দোলনকাৰীয়ে।
সংখ্যালঘুৰ ওপৰত অত্যাচাৰ সহ্য কৰা নহ’ব বুলি সকীয়াই দিছে ।
ৱাকফ সংশোধনী আইন বাতিল নকৰিলে এই আন্দোলন অব্যাহত থাকিব বুলি সকীয়াই দিছে তেওঁলোকে।
লগতে পঢ়ক : WATCH | Waqf Act: ৱাকফক আইনক লৈ পুনৰ অপ্ৰীতিকৰ পৰিস্থিতি