Protest Against Smart Meter: ৰাজ্যত অব্যাহত স্মাৰ্ট মিটাৰৰ বিৰোধী প্ৰতিবাদ
নিউজ ডেস্ক,১৯নৱেম্বৰ: ৰাজ্যত অব্যাহত স্মাৰ্ট মিটাৰৰ বিৰোধী প্ৰতিবাদ।
ক্ষোভিত ৰাইজে স্মাৰ্ট মিটাৰ খুলি উভতাই দিলে শক্তি বিভাগৰ কাৰ্যালয়ত(Protest Against Smart Meter)।
ইছলামপুৰ গাঁৱৰ প্ৰায় শতাধিক লোকৰ স্মাৰ্ট মিটাৰ বিৰোধী প্ৰতিবাদ।
স্মাৰ্ট মিটাৰ নামৰ ডকাইতক বন্ধ কৰিব লাগে।
চৰকাৰে কিয় ইমান প্ৰতিবাদ কৰাৰ পাছতো গুৰুত্ব দিয়া নাই বুলি প্ৰশ্ন।
লগতে পঢ়ক:Jorhat news:জনজাতিকৰণৰ দাবীত যোৰহাটত উত্তাল পৰিৱেশ