Local, Vocal, Global

Priyanka Gandhi to file nomination for Wayanad Lok Sabha today : আজি মনোনয়ন দাখিল কৰিব কংগ্ৰেছৰ মহাসচিব প্ৰিয়ংকা গান্ধীয়ে

নিউজ ডেস্ক,২৩অক্টোবৰ : আজি মনোনয়ন দাখিল কৰিব কংগ্ৰেছৰ মহাসচিব প্ৰিয়ংকা গান্ধীয়ে। বিশাল পদযাত্ৰাৰে ৱায়নাড উপনিৰ্বাচনৰ বাবে মনোনয়ন দাখিল কৰিব প্ৰিয়ংকা গান্ধীয়ে(Priyanka Gandhi to file nomination for Wayanad Lok Sabha today)।

প্ৰাপ্ত খবৰ অনুসৰি, বুধবাৰে দিনৰ প্ৰায় ১২.৩০বজাত মনোনয়ন দাখিল কৰিব প্ৰিয়ংকা গান্ধীয়ে। ৰাহুল গান্ধীৰ উত্তৰাধিকাৰী হিচাপে ৱায়নাডৰ নিৰ্বাচনী যুঁজত নমা প্ৰিয়ংকা গান্ধীক এই যাত্ৰাত সংগ দিব ৰাহুল গান্ধী, মল্লিকাৰ্জুন খৰ্গেৰ লগতে বহু কংগ্ৰেছ নেতাই।

লগতে পঢ়ক:Sensational incident : ছমহলীয়া অট্টালিকাৰ পৰা জাঁপ দিলে মহিলাই