Local, Vocal, Global

WATCH | Press Conference : শিক্ষামন্ত্ৰী ডা° ৰনোজ পেগু ২০২৫-২৬ অসম চৰকাৰৰ বাজেট সন্দৰ্ভত সংবাদ মেল

ধেমাজি,১৩মাৰ্চ : ধেমাজি জিলা বিজেপি কাৰ্যালয়ত শিক্ষামন্ত্ৰী ডা° ৰনোজ পেগু ২০২৫-২৬ অসম চৰকাৰৰ বাজেট সন্দৰ্ভত সংবাদ মেল৷

সাংসদ প্ৰদান বৰুৱা আৰু বি জে পি দলৰ জিলা সভানেত্ৰী ৰূপা কামানে এই সংবাদ মেলত অংশ লয়(Press Conference) ৷

লগতে পঢ়ক : WATCH | Bongaigaon News : ভুৱা গোচৰত আটক কৰি এজনক নিৰ্যাতন চলোৱাৰ অভিযোগ