Local, Vocal, Global

President’s Rule next in Manipur:এন বীৰেন সিঙৰ পদত্যাগৰ পাছত মণিপুৰত ৰাষ্ট্ৰপতি শাসনৰ সম্ভাৱনা

নিউজ ডেস্ক,১০ফেব্ৰুৱাৰী : এন বীৰেন সিঙৰ পদত্যাগৰ পাছত মণিপুৰত ৰাষ্ট্ৰপতি শাসনৰ সম্ভাৱনা

বীৰেন সিঙৰ বিকল্প বিচাৰি শলঠেকত পৰিছে বিজেপি শিবিৰ

বিকল্প ব্যৱস্থা নোহোৱা পৰ্যন্ত বীৰেন সিঙক কাৰ্যভাৰ চলাই নিয়াৰ প্ৰস্তাৱ ৰাজ্যপালৰ(President’s Rule next in Manipur)

বীৰেন সিঙৰ বিচাৰি দিল্লীতো দলৰ কেন্দ্ৰীয় নেতাৰ মাৰথান বৈঠক

সৰ্বসন্মত নেতা নাপালে কেন্দ্ৰই আৰোপ কৰিব পাৰে ৰাষ্ট্ৰপতি শাসন

অতি কম দিনৰ ভিতৰত ৰাজ্যপাল অজয় কুমাৰ ভাল্লাই কেন্দ্ৰক দাখিল কৰিব প্ৰতিবেদন

লগতে পঢ়ক :Sivasagar News:এতিয়াৰ পৰা বিদ্যালয়ত অনুমতি লৈহে ব্যৱহাৰ কৰিব পাৰিব মোবাইল ফোন