Local, Vocal, Global

Pre- Christmas Celebrations:গোলাঘাট জিলাৰ খুমটাইৰ বুটলীখোৱাত প্ৰাক বৰদিন উদযাপন

দেৰগাঁও,৮ডিচেম্বৰ : পৱিত্ৰ বৰদিনলৈ মাজত মাত্ৰ কেইটামান দিন। প্ৰাক বৰদিন উদযাপন হৈছে বিভিন্ন প্ৰান্তত।

শনিবাৰে গোলাঘাট জিলাৰ খুমটাইৰ বুটলীখোৱাত প্ৰাক বৰদিন উদযাপন।অনুষ্ঠানৰ শুভাৰম্ভনী হয় শনিবাৰে পুৱা ৯:০০ বজাত(Pre- Christmas Celebrations)।

পতাকা উত্তোলন কৰে সমাজ কৰ্মী সন্মিলীত শুভ বাৰ্তা সমাজৰ সভাপতি অমৃত নাগে।উপস্থিত থাকে খুমটাইৰ মণ্ডলীৰ ৮জন পালক ওঁ খুমটাই বুটলীখোৱাবাসী ৰাইজ!

প্ৰাক বৰদিন উদযাপন সন্মিলনিত উপস্থিত থাকে খুমটাইৰ বহু গণ্য মান্য লোক।অনুষ্ঠানত স্থানীয় বহু কেইটা জনগোষ্ঠীয় লোক নৃত্য আৰু গীত পৰিবেশন কৰে।

লগতে পঢ়ক:Road Accident in Sarthebari: সৰ্থেবাৰীৰ নতুন বজাত ভয়ংকৰ পথ দুৰ্ঘটনা