Local, Vocal, Global

WATCH | Prasanta Phukan : “অসমত বিৰোধী এখন গুৰিবঠা নথকা নাওঁত পৰিণত হৈছে”

সোণাৰি,১৭মাৰ্চ : “অসমত বিৰোধী এখন গুৰিবঠা নথকা নাওঁত পৰিণত হৈছে। অসমৰ বিৰোধী ঐক্য মঞ্চৰ মাল্টি অৰগেন ফেইল হৈছে”।

আজি এক বিশেষ ভ্ৰমণ সূচীলৈ চৰাইদেউ জিলালৈ অহা অসমৰ শক্তি মন্ত্ৰী প্ৰশান্ত ফুকনে এই বুলি মন্তব্য কৰিছে। আনহাতে আগন্তুক পঞ্চায়ত নিৰ্বাচনত জয়ী হ’বৰ বাবে মুখ্যমন্ত্ৰীৰ নেতৃত্বত বিজেপি দিলে এক বিশেষ পৰিকল্পনা প্ৰস্তুত কৰি কাম আৰম্ভ কৰা হৈছে বুলি তেওঁ কয়(Prasanta Phukan)।

লগতে পঢ়ক : WATCH | Doul Festival : মহাপ্ৰভূ দৌলগোবিন্দ মন্দিৰত পাঁচদিনীয়াকৈ উদযাপন কৰা দৌল উৎসৱৰ আজি অন্তিম দিন