WATCH | Prasanta Phukan: ‘বিৰোধী দলকেইটা কেতিয়াও মিল হ’ব নোৱাৰে’-মন্ত্ৰী প্ৰশান্ত ফুকন
নিউজ ডেস্ক,২মাৰ্চ : ‘বিৰোধী দলকেইটা কেতিয়াও মিল হ’ব নোৱাৰে’
‘কোনোবাই পূবলৈ আৰু কোনোবাই পশ্চিমলৈ চাইছে’
‘২০২৬ৰ নিৰ্বাচনত কংগ্ৰেছ ছিংগল ডিজিটতহে থাকিব’
‘হীৰেন গোহাঁইৰ প্ৰচেষ্টা সফল নহ’ব’
বিৰোধীক সমালোচনা মন্ত্ৰী প্ৰশান্ত ফুকনৰ(Prasanta Phukan)।