WATCH | Pramod Boro News : “হাগ্ৰামা মহিলাৰীয়ে নিজৰ দলক লৈ ব্যস্ত হ’লে ভাল হ’ব”
গোসাইগাঁও,২৩মাৰ্চ : “হাগ্ৰামা মহিলাৰীয়ে কোৱা কথাক লৈ UPPLয়ে চিন্তা নকৰে”।” UPPL য়ে কি কৰিব লাগে আৰু কি কৰিব নালাগে UPPL য়ে ভাল দৰে জানে ।”হাগ্ৰামা মহিলাৰীয়ে নিজৰ দলক লৈ ব্যস্ত হ’লে ভাল হ’ব। UPPL ক উপদেশ দিব নালাগে । UPPL ৰ কথা চিন্তা কৰিব নালাগে ।তেখেতে নিজৰ চিন্তা কৰিলে লাভ হ’ব । বিটিআৰ প্ৰধান প্ৰমোদ বড়োৰ মন্তব্য(Pramod Boro News)।
লগতে পঢ়ক : WATCH | Banned Cough Syrup Bottles Seized : মানকাচৰত আৰক্ষীৰ অভিযানত বৃহৎ পৰিমাণৰ কফ ছিৰাফ জব্দ