Local, Vocal, Global

WATCH | Pramod Boro : ‘তেওঁলোকৰ ৰাজনৈতিক নাও ডুবিছে’

নিউজ ডেস্ক,৫জুন : হাগ্ৰামা মহিলাৰী আৰু নৱ শৰণীয়াক তীব্ৰ কটাক্ষ প্ৰমোদ বড়োৰ

‘তেওঁলোকৰ ৰাজনৈতিক নাও ডুবিছে’

‘ডুবা নাওক লৈ ইমান চিন্তা কৰাৰ প্ৰয়োজন নাই’

হাগ্ৰামা মহিলাৰী আৰু নৱ শৰণীয়াৰ মাজত কিহৰ কাজিয়া হৈছিল?

উত্তৰ বিচাৰিলে বি টি আৰ প্ৰধান প্ৰমোদ বড়োৱে(Pramod Boro)

লগতে পঢ়ক :WATCH | AAMSU News : ‘পৱিত্ৰ ঈদৰ দিনাই ৰাজপথলৈ ওলাই আহিব সংখ্যালঘু’